ಅರ್ಥ : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
ಉದಾಹರಣೆ :
প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
ಸಮಾನಾರ್ಥಕ : উদাসীন কৰা
ಅರ್ಥ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ಉದಾಹರಣೆ :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : আমনি কৰা