ಅರ್ಥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ಸಮಾನಾರ್ಥಕ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
ಅರ್ಥ : ভাবত বিভোৰ হৈ থকা
ಉದಾಹರಣೆ :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
ಸಮಾನಾರ್ಥಕ : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
ಅರ್ಥ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
ಉದಾಹರಣೆ :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
ಸಮಾನಾರ್ಥಕ : অশান্তি, মানসিক চাপ