ಅರ್ಥ : বিহাৰত কোৱা এক ধৰণৰ ভাষা
ಉದಾಹರಣೆ :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
ಅರ್ಥ : বিহাৰ ৰাজ্যৰ অধিবাসী
ಉದಾಹರಣೆ :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
ಅರ್ಥ : বিহাৰৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
ಅರ್ಥ : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ