ಅರ್ಥ : পাহৰি যোৱা অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ :
পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
ಸಮಾನಾರ್ಥಕ : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহানি
ಅರ್ಥ : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
ಸಮಾನಾರ್ಥಕ : প্রস্মৰণ, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহানি, স্মৃতিহীনতা