ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ঠেক বা সৰু নহয়
ಉದಾಹರಣೆ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
ಸಮಾನಾರ್ಥಕ : আহল-বহল
ಅರ್ಥ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
ಉದಾಹರಣೆ : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
ಸಮಾನಾರ್ಥಕ : বহুল, ব্যাপক
ಅರ್ಥ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
ಉದಾಹರಣೆ : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
ಸಮಾನಾರ್ಥಕ : বহল, বিশদ
ಅರ್ಥ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
ಉದಾಹರಣೆ : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
ಸಮಾನಾರ್ಥಕ : বিশদ
ಸ್ಥಾಪನೆ