ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিস্তাৰ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিস্তাৰ কৰা   ক্ৰিয়া

ಅರ್ಥ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

ಉದಾಹರಣೆ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

ಸಮಾನಾರ್ಥಕ : পাৰি দিয়া, মেলা, মেলি দিয়া

ಅರ್ಥ : কোনো বস্তুৰ প্রসাৰিতকৰণ

ಉದಾಹರಣೆ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

ಸಮಾನಾರ್ಥಕ : বহলকৈ মেলা, মেলা, মেলি দিয়া

ಅರ್ಥ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা

ಉದಾಹರಣೆ : বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে

ಸಮಾನಾರ್ಥಕ : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা