ಅರ್ಥ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
ಉದಾಹರಣೆ :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
ಸಮಾನಾರ್ಥಕ : ্সন্দর্ভ
ಅರ್ಥ : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
ಉದಾಹರಣೆ :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
ಅರ್ಥ : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
ಉದಾಹರಣೆ :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
ಸಮಾನಾರ್ಥಕ : বিষয়-বস্তু