ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
ಉದಾಹರಣೆ : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
ಸಮಾನಾರ್ಥಕ : কালকূট, গৰল, জহৰ, বিহ, হলাহল
ಅರ್ಥ : মাজে মাজে হোৱা বিষ
ಉದಾಹರಣೆ : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
ಸಮಾನಾರ್ಥಕ : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
ಸ್ಥಾಪನೆ