ಅರ್ಥ : থালী বা পাতত আহাৰ দিয়া কার্য
ಉದಾಹರಣೆ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
ಸಮಾನಾರ್ಥಕ : পৰিৱেশন কৰা, বঢ়া
ಅರ್ಥ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ಉದಾಹರಣೆ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
ಸಮಾನಾರ್ಥಕ : পৰিৱেশন কৰা