ಅರ್ಥ : পাচলি হিচাপে খোৱা আৰু পকিলে ৰঙা-হালধীয়া হোৱা টেঙা সোৱাদৰ এবিধ মঙহাল ফল
ಉದಾಹರಣೆ :
মায়ে চাটনি বনাবলৈ বিলাহী কাটি আছে
ಅರ್ಥ : এবিধ সৰু উদ্ভিদত লগা সৰুচানেকীয়া থোপোকা গুটীয়া ফল যাক আঞ্জা হিচাপে খোৱা হয়
ಉದಾಹರಣೆ :
তেখেতে ঘৰৰ পিছফালে বিলাহীৰ খেতি কৰিছে