ಅರ್ಥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
ಉದಾಹರಣೆ :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
ಸಮಾನಾರ್ಥಕ : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
ಅರ್ಥ : বেয়া দশা বা অৱস্থা
ಉದಾಹರಣೆ :
তেওঁৰ ্দুৰৱস্থা সহিব নোৱাৰি মোৰ ঘৰতেই আশ্রয় দিলোঁ
ಸಮಾನಾರ್ಥಕ : অগতি, দুর্দ্্শা, দুৰৱস্থা, বিলাই-বিপত্তি