ಅರ್ಥ : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
ಉದಾಹರಣೆ :
এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
ಅರ್ಥ : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
ಉದಾಹರಣೆ :
এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
ಸಮಾನಾರ್ಥಕ : বিধেয়ক