ಅರ್ಥ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ಉದಾಹರಣೆ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ಸಮಾನಾರ್ಥಕ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, ভূষিত, সজ্জিত
ಅರ್ಥ : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
ಉದಾಹರಣೆ :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : অলংকৃত