ಅರ್ಥ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
ಸಮಾನಾರ್ಥಕ : ভাগ-বাটোৱাৰা
ಅರ್ಥ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
ಉದಾಹರಣೆ :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
ಸಮಾನಾರ್ಥಕ : হৰণ অংক