ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ಉದಾಹರಣೆ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ಸಮಾನಾರ್ಥಕ : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা
ಅರ್ಥ : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা
ಉದಾಹರಣೆ : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়
ಸಮಾನಾರ್ಥಕ : অংশু, কিৰণ, ৰশ্মি
ಅರ್ಥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ಉದಾಹರಣೆ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ಸಮಾನಾರ್ಥಕ : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা
ಸ್ಥಾಪನೆ