ಅರ್ಥ : কোনো অংশত পৃথক পৃথক হোৱা
ಉದಾಹರಣೆ :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
ಸಮಾನಾರ್ಥಕ : পৃথক হোৱা
ಅರ್ಥ : * সম্বন্ধ আদি নাইকিয়া হোৱা
ಉದಾಹರಣೆ :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
ಸಮಾನಾರ್ಥಕ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বেলেগ হোৱা