ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ಉದಾಹರಣೆ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ಸಮಾನಾರ್ಥಕ : জ্ঞান, ধী, ধীশক্তি, বুদ্ধি, মতি, মনীষা, মেধা
ಅರ್ಥ : ভাল-বেয়া কথা বুজিপোৱা বা ভাবিব পৰা শক্তি আৰু জ্ঞান
ಉದಾಹರಣೆ : বিপদৰ সময়ত বিবেকৰ দ্বাৰাহে কাম কৰা উচিত
ಸ್ಥಾಪನೆ