ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিবাদ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিবাদ   বিশেষ্য

ಅರ್ಥ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

ಉದಾಹರಣೆ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

ಸಮಾನಾರ್ಥಕ : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

ಅರ್ಥ : দুই বা ততোধিক বিৰোধী পক্ষ থকা আৰু যাৰ সত্যতাৰ প্রমাণ হʼবলৈ আছে তেনেধৰণৰ কথা বা বিষয়

ಉದಾಹರಣೆ : ৰাম আৰু শ্যামৰ মাজত চলি থকা ভূমিৰ বিবাদৰ এতিয়ালৈকে কোনো সিদ্ধান্ত নহʼল