ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিপুল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিপুল   বিশেষণ

ಅರ್ಥ : বহুত বেছি

ಉದಾಹರಣೆ : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

ಸಮಾನಾರ್ಥಕ : অত্যধিক, প্রচুৰ, বিস্তৰ

ಅರ್ಥ : বহুত ডাঙৰ

ಉದಾಹರಣೆ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : ডাঙৰ, প্রভূত, বিৰাট, বৃহৎ

ಅರ್ಥ : যি পৰিমাণত বেছি

ಉದಾಹರಣೆ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

ಸಮಾನಾರ್ಥಕ : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

ಅರ್ಥ : যাক গণনা কৰিব নোৱাৰি

ಉದಾಹರಣೆ : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : অগণন, অজস্র, অসংখ্য, ঢেৰ, প্রতুল, বহুত