ಅರ್ಥ : যি প্রক্রিয়াৰ দ্বাৰা ভিন ভিন দেশৰ মূদ্রাৰ আপেক্ষিক মূল্য স্থিৰ কৰা হয় আৰু সেই অনুসৰি পাৰস্পৰিক লেন-দেন কৰা হয়
ಉದಾಹರಣೆ :
বিনিময়ৰ বাবেই টকাৰ মূল্য প্রতিদিনে কমি বা বাঢ়ি থাকে
ಅರ್ಥ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ಉದಾಹರಣೆ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
ಸಮಾನಾರ್ಥಕ : অদল-বদল, অদলী-বদলী, আদান-প্রদান, ৰদ-বদল
ಅರ್ಥ : এটা বস্তু লৈ তাৰ সলনি আন বস্তু দিয়া ক্রিয়া
ಉದಾಹರಣೆ :
বস্তু বিনিময়ৰ ক্ষেত্রত ্ তেওঁ ঠগ ্ খালে
ಸಮಾನಾರ್ಥಕ : বস্তু বিনিময়
ಅರ್ಥ : ভিন-ভিন পক্ষ বা দেশৰ লেনদেন বিনিময় পত্রৰ অনুসৰি হোৱা এক প্রক্রিয়া
ಉದಾಹರಣೆ :
ভাৰতৰ ভালেমান দেশৰ লগত বিনিময় আছে