ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধ্বংস কৰা ব্যক্তি
ಉದಾಹರಣೆ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
ಸಮಾನಾರ್ಥಕ : ধ্বংসকাৰী, নাশী, বিনাশক, সংহাৰক
ಅರ್ಥ : যিটো নষ্ট হৈ যায়
ಉದಾಹರಣೆ : এই দেহা নশ্বৰ
ಸಮಾನಾರ್ಥಕ : অনিত্য, অশাশ্বত, ক্ষয়শীল, নশ্বৰ, ভঙ্গুৰ
ಅರ್ಥ : যি নাশ কৰে
ಉದಾಹರಣೆ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
ಸಮಾನಾರ್ಥಕ : নাশক, বিনাশক
ಅರ್ಥ : যি নাশ বা ধ্বংসৰ যোগ্য
ಉದಾಹರಣೆ : বিনাশশীল বস্তুক যিমানেই সাৱধানে নৰখা কিয়, এদিন সি নাশ হʼবই
ಸಮಾನಾರ್ಥಕ : ধ্বংসনীয়, নাশশীল, বিনাশশীল
ಸ್ಥಾಪನೆ