ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সন্মুখ বা ওচৰত আহি থকা
ಉದಾಹರಣೆ : আজি শ্রেণীত দহজন ছাত্র উপস্থিত আছিল কোঠাৰ সকলো বস্তু নিজ নিজ ঠাইত মজুত আছিল
ಸಮಾನಾರ್ಥಕ : উপস্থিত, মজুত, মজুদ, হাজিৰ
ಅರ್ಥ : যাৰ অস্তিত্ব আছে
ಉದಾಹರಣೆ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : জনা-শুনা, বাহাল, বিৰাজমান, স্থিত
ಸ್ಥಾಪನೆ