ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বিদেশৰ নিবাসী
ಉದಾಹರಣೆ : আমি আমাৰ দেশলৈ অহা বিদেশীসকলৰ সন্মান কৰা উচিত
ಅರ್ಥ : অন্য দেশৰ সৈতে সম্পর্ক ্থকা বা অন্য দেশৰ
ಉದಾಹರಣೆ : এই বজাৰখনত প্রায়েই বিদেশী বস্তু পোৱা যায়
ಸಮಾನಾರ್ಥಕ : পৰদেশী, বিলাতী
ಅರ್ಥ : যিজনে অন্য দেশত বসতি কৰি আছে
ಉದಾಹರಣೆ : প্রতিদিনে ভাৰতলৈ ভালেমান বিদেশী পর্যটকৰ আগমন ঘটে
ಸ್ಥಾಪನೆ