ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিজুলী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিজুলী   বিশেষ্য

ಅರ್ಥ : ডাৱৰৰ সঘন অহা-যোৱা কৰাৰ ফলত সঞ্চাৰিত হোৱা বিদ্যুৎশক্তিৰ ফলত আকাশত অলপ সময়ৰ কাৰণে দেখা দিয়া পোহৰ

ಉದಾಹರಣೆ : আকাশত ৰৈ ৰৈ বিজুলী চমকিছিল

ಅರ್ಥ : কোনো বিশেষ কামৰ জৰিয়তে উৎপন্ন কৰিব পৰা এক শক্তি যাৰ দ্বাৰা বস্তুৰ মাজত আকর্ষণ আৰু বি্কর্ষণ ্তথা তাপ আৰু পোহৰ উৎপন্ন কৰে

ಉದಾಹರಣೆ : পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি

ಸಮಾನಾರ್ಥಕ : বিদ্যুত, বিদ্যুৎ