ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিচৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিচৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা

ಉದಾಹರಣೆ : মোৰ কিবা খাবৰ মন গৈছে

ಸಮಾನಾರ್ಥಕ : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা

ಅರ್ಥ : কোনো কথা বা কামত কৰা ইচ্ছা

ಉದಾಹರಣೆ : মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ

ಸಮಾನಾರ್ಥಕ : আশা কৰা

ಅರ್ಥ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা

ಉದಾಹರಣೆ : পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে

ಸಮಾನಾರ್ಥಕ : অনুসন্ধান কৰা, অন্বেষণ কৰা