ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিচাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিচাৰ   বিশেষ্য

ಅರ್ಥ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, তালাচী

ಅರ್ಥ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ಉದಾಹರಣೆ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

ಸಮಾನಾರ್ಥಕ : মত, ৰায়

ಅರ್ಥ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

ಉದಾಹರಣೆ : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

ಸಮಾನಾರ್ಥಕ : পৰীক্ষা

ಅರ್ಥ : মনত উদয় হোৱা কথা

ಉದಾಹರಣೆ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

ಸಮಾನಾರ್ಥಕ : খিয়াল, খেয়াল, মত

ಅರ್ಥ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

ಉದಾಹರಣೆ : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

ಸಮಾನಾರ್ಥಕ : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

ಅರ್ಥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ಉದಾಹರಣೆ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

ಅರ್ಥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ಉದಾಹರಣೆ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, সম্পৰীক্ষা