ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিঘিনি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিঘিনি   বিশেষ্য

ಅರ್ಥ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

ಉದಾಹರಣೆ : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

ಸಮಾನಾರ್ಥಕ : বাধা, বাধা-বিঘিনি, বিঘ্ন, বিপত্তি

ಅರ್ಥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

ಉದಾಹರಣೆ : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

ಸಮಾನಾರ್ಥಕ : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

ಅರ್ಥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ಉದಾಹರಣೆ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ಸಮಾನಾರ್ಥಕ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ