ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
ಉದಾಹರಣೆ : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
ಸಮಾನಾರ್ಥಕ : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
ಅರ್ಥ : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
ಅರ್ಥ : বঢ়া বা বঢ়োৱা কার্য
ಉದಾಹರಣೆ : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
ಸಮಾನಾರ್ಥಕ : বৃদ্ধি, সংবর্ধন, ্বর্ধন
ಸ್ಥಾಪನೆ