ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বাৰি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বাৰি   বিশেষ্য

ಅರ್ಥ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

ಉದಾಹರಣೆ : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

ಸಮಾನಾರ್ಥಕ : দণ্ড, বাড়ি, মাৰি, লাঠী

ಅರ್ಥ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

ಉದಾಹರಣೆ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

ಸಮಾನಾರ್ಥಕ : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল

ಅರ್ಥ : মোটা আকাৰৰ ডাঙৰ মাৰি

ಉದಾಹರಣೆ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

ಸಮಾನಾರ್ಥಕ : দণ্ড, লাঠি