ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সলনি নোহোৱা অৱস্থাত
ಉದಾಹರಣೆ : আমি আমাৰ প্রগতিক এনেদৰেই বাহাল ৰখা উচিত
ಅರ್ಥ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
ಉದಾಹರಣೆ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
ಸಮಾನಾರ್ಥಕ : অক্ষুণ্ণ, অটল, অপৰিবর্ত্তিত
ಅರ್ಥ : যাৰ অস্তিত্ব আছে
ಉದಾಹರಣೆ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : জনা-শুনা, বিদ্যমান, বিৰাজমান, স্থিত
ಸ್ಥಾಪನೆ