ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
ಉದಾಹರಣೆ : বালীক ভগৱান ৰামে মাৰিছিল
ಅರ್ಥ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
ಉದಾಹರಣೆ : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
ಸಮಾನಾರ್ಥಕ : বালী দ্বীপ
ಅರ್ಥ : বালী দ্বীপৰ লোকৰ ভাষা
ಉದಾಹರಣೆ : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
ಸಮಾನಾರ್ಥಕ : বালী ভাষা
ಅರ್ಥ : যি লিপিত বালী ভাষা লিখা হয়
ಉದಾಹರಣೆ : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : বালী লিপি
ಸ್ಥಾಪನೆ