ಅರ್ಥ : বার্মা দেশৰ মূল অধিবাসী
ಉದಾಹರಣೆ :
পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
ಸಮಾನಾರ್ಥಕ : বার্মাবাসী
ಅರ್ಥ : যি লিপিত বার্মিজ ভাষা লিখা হয়
ಉದಾಹರಣೆ :
এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
ಸಮಾನಾರ್ಥಕ : বার্মিজ লিপি