ಅರ್ಥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
ಉದಾಹರಣೆ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ಸಮಾನಾರ್ಥಕ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
ಅರ್ಥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ಉದಾಹರಣೆ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
ಸಮಾನಾರ್ಥಕ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য