ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বাধা দিয়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বাধা দিয়া   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

ಉದಾಹರಣೆ : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

ಅರ್ಥ : বাধা প্ৰদান কৰা কাৰ্য

ಉದಾಹರಣೆ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

ಸಮಾನಾರ್ಥಕ : হকা-বধা কৰা, হাক দিয়া

ಅರ್ಥ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

ಉದಾಹರಣೆ : মাধৱে সকলো কামতে গোলমাল লগায়

ಸಮಾನಾರ್ಥಕ : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

ಅರ್ಥ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

ಉದಾಹರಣೆ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

ಸಮಾನಾರ್ಥಕ : নিষেধ কৰা, মানা কৰা, হাক দিয়া