ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বাধা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বাধা   বিশেষ্য

ಅರ್ಥ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

ಉದಾಹರಣೆ : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

ಸಮಾನಾರ್ಥಕ : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

ಅರ್ಥ : কোনো কামত বা কথাত মানা কৰা

ಉದಾಹರಣೆ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ಸಮಾನಾರ್ಥಕ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

ಅರ್ಥ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

ಸಮಾನಾರ್ಥಕ : অংকুশ, নিয়ন্ত্রণ

ಅರ್ಥ : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

ಉದಾಹರಣೆ : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

ಸಮಾನಾರ್ಥಕ : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

ಅರ್ಥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ಉದಾಹರಣೆ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ಸಮಾನಾರ್ಥಕ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

ಅರ್ಥ : বাধা দিয়া বা ৰখোৱা কার্য

ಉದಾಹರಣೆ : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

ಸಮಾನಾರ್ಥಕ : বন্ধ কৰা-

বাধা   বিশেষণ

ಅರ್ಥ : যাক নিষেধ কৰা হৈছে

ಉದಾಹರಣೆ : এই বিলত ্সাঁতোৰাত বাধা আছে

ಸಮಾನಾರ್ಥಕ : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা