ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
ಉದಾಹರಣೆ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
ಸಮಾನಾರ್ಥಕ : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিস্থিতি, পৰিৱেশ, ্পর্য্যাবৰণ
ಅರ್ಥ : চৌদিশৰ পৰা পৃথিৱীক আৱৰি ৰখা বায়ু বিশেষ
ಉದಾಹರಣೆ : আমি বাতাবৰণ দূষিত হোৱাৰ পৰা ৰক্ষা কৰা উচিত
ಸಮಾನಾರ್ಥಕ : বাতাৱৰণ, বায়ুমণ্ডল
ಸ್ಥಾಪನೆ