ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
ಉದಾಹರಣೆ : সৰস্বতীৰ বাহন হংস
ಸಮಾನಾರ್ಥಕ : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
ಅರ್ಥ : কোৱা কথা
ಉದಾಹರಣೆ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ಸಮಾನಾರ್ಥಕ : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
ಅರ್ಥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ಉದಾಹರಣೆ : আনৰ ভাল লগা কথাহে কোৱা উচিত
ಸಮಾನಾರ್ಥಕ : কথা, বচন
ಸ್ಥಾಪನೆ