ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ব্যাকৰণৰ নিয়ম অনুসৰি ক্রমাগতভাৱে লগলগা সার্থক শ্্ব্দৰ সমূহ যাৰ দ্বাৰা কাৰোবাৰ আগত নিজৰ অভিপ্রায় প্রকাশ কৰিব পাৰি
ಉದಾಹರಣೆ : এই লেখাটোৰ আৰম্ভণিৰ বাক্যত কিছু ত্রুটি আছে
ಅರ್ಥ : কোৱা কথা
ಉದಾಹರಣೆ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ಸಮಾನಾರ್ಥಕ : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
ಸ್ಥಾಪನೆ