ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
ಉದಾಹರಣೆ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
ಸಮಾನಾರ್ಥಕ : অৱশিষ্ট, অৱশেষ
ಅರ್ಥ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
ಉದಾಹರಣೆ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
ಸಮಾನಾರ್ಥಕ : দিবলগীয়া, দেয়
ಅರ್ಥ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
ಉದಾಹರಣೆ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
ಸಮಾನಾರ್ಥಕ : বকেয়া
ಸ್ಥಾಪನೆ