ಅರ್ಥ : বহুত কথা কʼব পৰাজন
ಉದಾಹರಣೆ :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
ಅರ್ಥ : কথা-বতৰা পতাত চতুৰ
ಉದಾಹರಣೆ :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে