ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খুৰাৰ ছোৱালী
ಉದಾಹರಣೆ : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
ಸಮಾನಾರ್ಥಕ : খুৰাৰ ছোৱালী, ভণ্টি
ಅರ್ಥ : বয়সতকৈ ডাঙৰ ভনী
ಉದಾಹರಣೆ : মোৰ বাইদেউ অধ্যাপিকা
ಸಮಾನಾರ್ಥಕ : বা, বাই
ಅರ್ಥ : জেঠোদেউ বা পেহাৰ ছোৱালী
ಉದಾಹರಣೆ : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
ಸಮಾನಾರ್ಥಕ : পেহাৰ ছোৱালী, ভণ্টি
ಅರ್ಥ : মামাৰ ছোৱালী
ಉದಾಹರಣೆ : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
ಸಮಾನಾರ್ಥಕ : ভন্টি, মামাৰ ছোৱালী
ಅರ್ಥ : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
ಉದಾಹರಣೆ : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
ಸ್ಥಾಪನೆ