ಅರ್ಥ : বিভিন্ন বৰণযুক্ত
ಉದಾಹರಣೆ :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
ಸಮಾನಾರ್ಥಕ : নানা-বৰণীয়া, ৰং-বিৰং
ಅರ್ಥ : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
ಉದಾಹರಣೆ :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
ಸಮಾನಾರ್ಥಕ : নানাৰঙী, বাৰেৰহণীয়া