ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বহুত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বহুত   বিশেষ্য

ಅರ್ಥ : (জন্তু আদিৰ) ডাঙৰ সংখ্যা

ಉದಾಹರಣೆ : বহুতেই এই কথাৰ সমর্থন কৰিছে

ಸಮಾನಾರ್ಥಕ : অনেক

বহুত   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : অধিক মাত্রাত

ಉದಾಹರಣೆ : আজি ্ তেওঁ বহুত ্ হাঁহিছে

ಸಮಾನಾರ್ಥಕ : খুবকৈ, বহু, বৰকৈ

ಅರ್ಥ : বহুত বেছি

ಉದಾಹರಣೆ : ৰোগীজন বিষত বহুত পীড়িত হৈ আছে

ಸಮಾನಾರ್ಥಕ : অত্যধিক, অত্যন্ত

ಅರ್ಥ : তুলনাত

ಉದಾಹರಣೆ : এইটো তাতকৈ বহু ওপৰত

ಸಮಾನಾರ್ಥಕ : বহু

বহুত   বিশেষণ

ಅರ್ಥ : যি পৰিমাণত বেছি

ಉದಾಹರಣೆ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

ಸಮಾನಾರ್ಥಕ : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

ಅರ್ಥ : যাক গণনা কৰিব নোৱাৰি

ಉದಾಹರಣೆ : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : অগণন, অজস্র, অসংখ্য, ঢেৰ, প্রতুল, বিপুল