ಅರ್ಥ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
ಉದಾಹರಣೆ :
বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
ಸಮಾನಾರ್ಥಕ :
ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত