ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বর্ত্্মান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বর্ত্্মান   বিশেষ্য

ಅರ್ಥ : বর্ত্্মান সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল

ಉದಾಹರಣೆ : আজি শিক্ষাগুৰুৱে আজি ্বর্ত্্মান কালৰ বিষয়ে বিতংভাৱে কʼলে

ಸಮಾನಾರ್ಥಕ : বর্ত্্মান কাল

বর্ত্্মান   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : আধুনিক বা বর্ত্্মান সময়ত

ಉದಾಹರಣೆ : আজিকালি ভাৰত আৰু পাকিস্তানৰ সম্বন্ধ ভাল নহয় এতিয়া আগৰ নিচিনা সময় হৈ থকা নাই

ಸಮಾನಾರ್ಥಕ : আজিকালি, এতিয়া

বর্ত্্মান   বিশেষণ

ಅರ್ಥ : যিটো এই সময়ত হৈছে বা চলি আছে

ಉದಾಹರಣೆ : বর্ত্্মান সময়ৰ ব্যৱহাৰ কৰা, কিয়নো পাৰ হৈ যোৱা সময় কেতিয়াও উলটি নাহে

ಸಮಾನಾರ್ಥಕ : অদ্য, আজি