ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ
ಉದಾಹರಣೆ : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়
ಸಮಾನಾರ್ಥಕ : অক্ষৰ, আখৰ, হৰফ
ಅರ್ಥ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, সম্প্রদায়, ্ জাত-পাত
ಅರ್ಥ : হিন্দুসকলৰ চাৰি বিভাগ- ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র
ಉದಾಹರಣೆ : বর্ণ ব্যৱস্থাত ব্রাহ্মণৰ স্থান সকলোতকৈ ওপৰত
ಸ್ಥಾಪನೆ