ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লিখাত ব্যৱহাৰ কৰা একপ্রকাৰ চিহ্নৰ যোৰা যাৰ ভিতৰত ব্যাখ্যা বা খবৰৰ ৰূপত কিবা লিখা হয়
ಉದಾಹರಣೆ : এই সংখ্যাটো বন্ধনীৰ ভিতৰত লিখক
ಸಮಾನಾರ್ಥಕ : বন্ধনী চিন, বন্ধনী চিহ্ন
ಅರ್ಥ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
ಉದಾಹರಣೆ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
ಸಮಾನಾರ್ಥಕ : ধৰণি, পটি, পটী, পট্টি, পট্টী, বেণ্ডেজ, বেন্দেজ
ಸ್ಥಾಪನೆ