ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বন্ধ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বন্ধ   বিশেষ্য

ಅರ್ಥ : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

ಉದಾಹರಣೆ : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

ಸಮಾನಾರ್ಥಕ : হৰতাল

বন্ধ   বিশেষণ

ಅರ್ಥ : আৱদ্ধ হৈ থকা

ಉದಾಹರಣೆ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

ಸಮಾನಾರ್ಥಕ : আৱদ্ধ

ಅರ್ಥ : যিটো প্রবাহিত নহয়

ಉದಾಹರಣೆ : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

ಸಮಾನಾರ್ಥಕ : অপ্রবাহিত, অপ্রৱাহিত

ಅರ್ಥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

ಉದಾಹರಣೆ : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

ಅರ್ಥ : ৰৈ থকা

ಉದಾಹರಣೆ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : গতিহীন

ಅರ್ಥ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

ಉದಾಹರಣೆ : সৌ বন্ধ নলাটো চাফা কৰি আছে

ಸಮಾನಾರ್ಥಕ : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ