ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অপৰাধী, শত্রু আদি ধৰা কার্য
ಉದಾಹರಣೆ : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
ಸಮಾನಾರ್ಥಕ : কয়দ
ಅರ್ಥ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
ಉದಾಹರಣೆ : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
ಅರ್ಥ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ಉದಾಹರಣೆ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
ಸಮಾನಾರ್ಥಕ : কাৰাবাস, কয়েদ
ಅರ್ಥ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
ಉದಾಹರಣೆ : এজন কয়দী জেলৰ পৰা পলাল
ಸಮಾನಾರ್ಥಕ : কাৰাবাসী, কয়দী
ಸ್ಥಾಪನೆ