ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি পূজা কৰাৰ যোগ্য
ಉದಾಹರಣೆ : গৌতম বুদ্ধ এজন পূজনীয় ব্যক্তি আছিল
ಸಮಾನಾರ್ಥಕ : আৰাধ্য, উপাস্য, পূজনীয়, পূজ্য
ಅರ್ಥ : যাৰ আগত নত হৈ নমস্কাৰ জনোৱা হয়
ಉದಾಹರಣೆ : পিতৃ, মাতৃ আৰু গুৰু আমাৰ বাবে সদা বন্দনীয়
ಸ್ಥಾಪನೆ